অসমীয়া গ্ৰাফিক টি-চাৰ্ট আৰু ষ্ট্ৰীটৱেৰ
যোৱা কেইবছৰমানত Assamese graphic t shirt-ৰ ধাৰণাটো সম্পূৰ্ণ সলনি হৈ গৈছে। এতিয়া যুৱপ্ৰজন্মই কেৱল এটা সাধাৰণ অসমীয়া বাক্য লিখা টি-চাৰ্ট নিবিচাৰে। তেওঁলোকক লাগে Aesthetic Vibe, Acid Wash, আৰু Oversized Fit।
Hasoti-য়ে কেনেকৈ এই ট্ৰেণ্ড সলনি কৰিছে?
- আমি অসমীয়া পপ-কালচাৰৰ ডাইলগসমূহক ইণ্টাৰনেশ্যনেল ষ্ট্ৰীটৱেৰ ডিজাইনৰ লগত ফিউজন (Fusion) কৰিছোঁ।
- আমাৰ প্ৰতিটো ডিজাইন এটা নিৰ্দিষ্ট আৰ্ট-ৱৰ্কৰ দৰে, যিয়ে এটা কাহিনী কয়।
- Hasoti Coins-ৰ জৰিয়তে আমাৰ গ্ৰাহকসকলে কেৱল শ্বপিং কৰাই নহয়, এটা ফেশ্বন কমিউনিটীৰ অংশ হৈ পৰিছে।
যদি আপুনি নিজৰ ৱাৰ্ডৰোবটোক (Wardrobe) এটা আপগ্ৰেড দিব বিচাৰে, তেন্তে সাধাৰণ টি-চাৰ্ট এৰি ষ্ট্ৰীটৱেৰলৈ আহক।
Own the Culture. Wear Hasoti.
Explore our latest heavyweight streetwear and custom studio drops.
Explore Collection