বিহুৰ বতৰত নতুন ফেশ্বন
বিহু মানেই অসমীয়াৰ প্ৰাণ। আগতে বিহু বুলিলেই কেৱল নতুন মুগাৰ সাজ বা সাধাৰণ কপাহী কাপোৰৰ কথা ভবা হৈছিল। কিন্তু এতিয়াৰ Gen-Z প্ৰজন্মই বিহুৰ আৱেগক Assamese Bihu T shirt ৰ জৰিয়তে প্ৰকাশ কৰিবলৈ ভাল পায়।
Hasoti-ৰ বিহু টি-চাৰ্ট কিয় সুকীয়া?
১. Unique Graphic Designs: গামোচাৰ মটিফ, পেঁপা, আৰু ঢোলৰ ডিজাইনসমূহক আমি মিনিমেলিষ্ট (Minimalist) আৰু আধুনিক ৰূপ দিছোঁ। ২. Bio-Washed Fabric: আমাৰ প্ৰতিটো টি-চাৰ্ট বায়ো-ৱাশড হোৱাৰ বাবে ই ছালৰ বাবে অতি সুৰক্ষিত। ৩. Smart Combo Offers: বিহুৰ বতৰত উপহাৰ দিবলৈ আমাৰ Buy-2-Get-1 বাণ্ডল অফাৰ আটাইতকৈ জনপ্ৰিয়।
এইবাৰ বিহুত পৰম্পৰা আৰু আধুনিকতাৰ এক সুন্দৰ সংমিশ্ৰণ পিন্ধক।
Own the Culture. Wear Hasoti.
Explore our latest heavyweight streetwear and custom studio drops.
Explore Collection